Featured In

Credits

PERFORMING ARTISTS
Ellana
Ellana
Performer
Bhaskar Opswel
Bhaskar Opswel
Performer
COMPOSITION & LYRICS
Unmeelan Ellanese
Unmeelan Ellanese
Arranger
Priyanku Ellanese
Priyanku Ellanese
Arranger

Lyrics

নদীৰ দৰে শুকাই যায় অথচ শেষ নহয় তাই এই ব্যস্ত জীৱনৰ সকলো সময় তাইৰ নহয় অকলশৰে মই নিজৰ স'তে কটোৱা ক্ষণবোৰ তাই কাঢ়ি লয় অকলশৰে মই নিজৰ স'তে কটোৱা ক্ষণবোৰ তাই কাঢ়ি লয় তাই শেষ নহয় পৰাণ জুৰ নহয় তাই নদীৰ দৰে শুকাই যায় অথচ শেষ নহয় তাইক বহুদিন হ'ল ক'তো দেখা নাই অথচ মনতে ৰয় তাই নদীৰ দৰে শুকাই যায় অথচ শেষ নহয় তাই বহুদূৰ গৈ উলটিও নাচায় মনে তাক মানি নলয় নদীৰ দৰে শুকাই যায় অথচ শেষ নহয় তাই বিশুদ্ধ মোৰ প্ৰেমত মাথোঁ হুমুনিয়াহৰ প্ৰাপ্তি হয় অনিদ্ৰ ৰজনীৰ চিন্তামালা বাৰে বাৰে ছিঙিলেও তাই গাঁথি লয় অনিদ্ৰ ৰজনীৰ চিন্তামালা বাৰে বাৰে ছিঙিলেও আকৌ গাঁথি লয় তাই শেষ নহয় পৰাণ জুৰ নহয় তাই নদীৰ দৰে শুকাই যায় অথচ শেষ নহয় তাইক বহুদিন হ'ল ক'তো দেখা নাই অথচ মনতে ৰয় তাই নদীৰ দৰে শুকাই যায় অথচ শেষ নহয় তাই বহুদূৰ গৈ নিজতে মগন মনে তাক মানি নলয় তাই আঁতৰত ৰৈ সুখেৰে আছে মনে শিক্ষা নলয় তাই আঁতৰত ৰৈ সুখেৰে আছে মনে শিক্ষা নলয়
Lyrics powered by www.musixmatch.com
Get up to 2 months free of Apple Music
instagramSharePathic_arrow_out