Music Video

Sannidhya Bhuyan x Aarxslan - Mouxona (Official Visualizer)
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
Sannidhya Bhuyan
Sannidhya Bhuyan
Performer
Aarxslan
Aarxslan
Performer
COMPOSITION & LYRICS
Aarxslan
Aarxslan
Arranger
Rajib Bhuyan
Rajib Bhuyan
Lyrics

Lyrics

জোনে-ধোৱা ব'হাগী নিশা মৌসনা কুলিৰ মাত মায়া-ভৰা জোনাকী নিশা সুবাসী সমীৰে চুমে গাত সুবাসী সমীৰে চুমে গাত এফাকি যেন চিনাকি কবিতাই মোৰ হিয়াৰ ফুলনিত ৰং সিঁচি যায় চিনাকি চিনাকি এটি সুৰে মোৰ উদাসী মনটি নিচুকায় এফাকি যেন চিনাকি কবিতাই মোৰ হিয়াৰ ফুলনিত ৰং সিঁচি যায় চিনাকি চিনাকি এটি সুৰে মোৰ উদাসী মনটি নিচুকায় মন-ভৰা ৰূপালী-মধুৰ নিশা তৰা-ভৰা নীলিমা (তৰা-ভৰা নীলিমা) মন-ভৰা ৰূপালী-মধুৰ নিশা তৰা-ভৰা নীলিমা (তৰা-ভৰা নীলিমা) আকলুৱা মনৰে আশা, সপোন কোলাত উৰি যায় মনৰে সীমনাতে কোনেনো মৰমী হিয়াৰে বাটে চায়! আকলুৱা মনৰে আশা, সপোন কোলাত উৰি যায় মনৰে সীমনাতে কোনেনো মৰমী হিয়াৰে বাটে চায়! এফাকি যেন চিনাকি কবিতাই মোৰ হিয়াৰ ফুলনিত ৰং সিঁচি যায় চিনাকি চিনাকি এটি সুৰে মোৰ উদাসী মনটি নিচুকায় এফাকি যেন চিনাকি কবিতাই মোৰ হিয়াৰ ফুলনিত ৰং সিঁচি যায় চিনাকি চিনাকি এটি সুৰে মোৰ উদাসী মনটি নিচুকায় মন-ভৰা ৰূপালী-মধুৰ নিশা তৰা-ভৰা নীলিমা মন-ভৰা ৰূপালী-মধুৰ নিশা তৰা-ভৰা নীলিমা
Writer(s): Aarxslan Lyrics powered by www.musixmatch.com
Get up to 2 months free of Apple Music
instagramSharePathic_arrow_out