Music Video

Xuhuri | Joi Barua | Bornodi Bhotiai | Latest Assamese Song 2019
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
Joi Barua
Joi Barua
Performer
COMPOSITION & LYRICS
Joi Barua
Joi Barua
Composer
Anupam Kaushik Borah
Anupam Kaushik Borah
Songwriter

Lyrics

মাজুলী অ' বৰনদীৰ জিলিকা বালি কত হাঁহি, হেঁপাহ, হা-হুতাহেৰে তোৰ বোকোচা বালিৰ সুহুৰিত উৰুৱাই চাপৰিৰে বালি জঁপিয়াই পাৰ হওঁ বৰনদী ঢৌ চপৰিয়াই, পানী ছিটিকাই ৰিঙিয়াই মাতোঁ তোক মাজুলী মাজুলী তই ব'হাগৰে বিজুলী মাজুলী, মাজুলী মাজুলী, মাজুলী পিৰালিত পীৰা পাৰি বহে ভাঙিব নোৱাৰা সাঁথৰ কেঞা আঙুলিৰ ঠাৰতে ঘূৰালি সময়ৰ যঁতৰ কিনো সূতাৰে মহুৰা ফুৰালি? জীৱনচাদৰতে কি ফুল বাছিলি? মাজুলী, মাজুলী মাজুলী, মাজুলী বৰনদী ভটিয়ায় গৰা মহটিয়ায় চপৰা-চপৰে মাজুলী উটি যায় বৰনদী ভটিয়ায় গৰা মহটিয়ায় চপৰা-চপৰে মাজুলী উটি যায় মাজুলী মাজুলী মাজুলী মাজুলী মাজুলী মাজুলী মাজুলী (মাজুলী) মাজুলী (মাজুলী) মাজুলী (মাজুলী) মাজুলী (মাজুলী) মাজুলী (মাজুলী) মাজুলী (মাজুলী) মাজুলী
Writer(s): Tarali Sharma, Anupam Kaushik Borah Lyrics powered by www.musixmatch.com
Get up to 2 months free of Apple Music
instagramSharePathic_arrow_out